Draft article not currently submitted for review.
This is a draft Articles for creation (AfC) submission. It is not currently pending review. While there are no deadlines, abandoned drafts may be deleted after six months. To edit the draft click on the "Edit" tab at the top of the window. To be accepted, a draft should:
It is strongly discouraged to write about yourself, your business or employer. If you do so, you must declare it. Where to get help
How to improve a draft
You can also browse Wikipedia:Featured articles and Wikipedia:Good articles to find examples of Wikipedia's best writing on topics similar to your proposed article. Improving your odds of a speedy review To improve your odds of a faster review, tag your draft with relevant WikiProject tags using the button below. This will let reviewers know a new draft has been submitted in their area of interest. For instance, if you wrote about a female astronomer, you would want to add the Biography, Astronomy, and Women scientists tags. Editor resources
Last edited by Gautam197 (talk | contribs) 5 months ago. (Update) |
The 459th tithi of demise of Mahapurusha Sri Sri Haridev Guru, the first Vaishnava Guru of Assam, who appeared in 1426 AD and passed away in 1566 AD after a long life of 140 years was on 6th June 2024 (Thursday). One day before in every tithi of his demise (for this year, on 5th June 2024), the devotees celebrates by lighting uncountable diyas in the Gosai Ghar situated at 84 Satras established in the North East by the Guru himself and his disciples.
Mahapurush Sri Sri Haridev started the formation of modern Assam through the spread of Nava Vaishnavism and introduced the Satra culture in Assam by establishing first Satra at Bahari in the year 1453. By conferring the responsibility of his another Satra Maneri to his daughter Bhubaneswari before his demise, he created the great example of empowering women during the then time (459 years ago! ). Great Mahapurush Sri Sri Haridev, the founder of the satra culture encouraged people to live happily by forming a good society. Throuout his life, Gurudev was spreading the light of knowledge by narrating the doctrine of Bhagwat. Every year, devotees pay their respects to the Guru by lighting diyas on the eve of his death anniversary.
১৪২৬ খ্ৰীষ্টাব্দত আবিৰ্ভাৱ হোৱা আৰু ১৪০ বছৰ দীৰ্ঘজীৱনৰ অন্তত ১৫৬৬ খ্ৰীষ্টাব্দত মহাপ্ৰয়াণ হোৱা অসমৰ প্ৰথম বৈষ্ণৱ গুৰু মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুৰ ৪৫৯ সংখ্যক মৃত্যু তিথি পালন কৰা হয় ২০২৪ চনৰ ৬ জুন (বৃহস্পতিবাৰ)। তেখেতৰ মৃত্যুৰ প্ৰতিটো তিথিৰ এদিন আগতে (এইবাৰ ৫ জুন ২০২৪) উত্তৰ-পূবত স্বয়ং গুৰুজন আৰু তেখেতৰ শিষ্যসকলে প্ৰতিষ্ঠা কৰা ৮৪খন সত্ৰত অৱস্থিত গোসাঁইঘৰত ভক্তসকলে অগণন বন্তি প্ৰজ্বলন কৰি উদযাপন কৰে।
মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰসাৰৰ জৰিয়তে আধুনিক অসম গঠন আৰম্ভ কৰি ১৪৫৩ চনত বহৰিত প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰি অসমত সত্ৰ সংস্কৃতিৰ প্ৰৱৰ্তন কৰে । মৃত্যুৰ পূৰ্বেই তেওঁৰ কন্যা ভূবনেশ্বৰীক মনেৰী সত্ৰৰ দায়িত্ব অৰ্পণ কৰি তেওঁ সেই সময়ৰ নাৰীক সবলীকৰণৰ মহান আদৰ্শ সৃষ্টি কৰিছিল(আজিৰ পৰা ৪৫৯ বছৰৰ আগতে!) । সত্ৰ সংস্কৃতিৰ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱে এখন ভাল সমাজ গঠন কৰি মানুহক সুখেৰে জীয়াই থাকিবলৈ উৎসাহিত কৰিছিল। গোটেই জীৱন গুৰুদেৱে ভাগৱতৰ মতবাদ বৰ্ণনা কৰি জ্ঞানৰ পোহৰ বিয়পাই আছিল। প্ৰতিবছৰে গুৰুজনাৰ মৃত্যু বাৰ্ষিকীৰ প্ৰাকক্ষণত অগনন চাকি বন্তি জ্বলাই ভক্তসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।